CineLa mórula y el blastocisto |
Compre ahoraDe La biología del desarrollo prenatal |
Guión: গর্ভসঞ্চাৰৰ ৩-ৰ পৰা ৪ দিনৰ পিচত ভ্রূণৰ বিভক্ত হোৱা কোষবোৰে গোলাকাৰ আকৃতি গ্রহণ কৰে আৰু ভ্রূণক তেতিয়া মোৰুলা(morula) বোলা হয়। ৪-ৰ পৰা ৫ দিনৰ ভিতৰত, কোষৰ এই গোলাৰ মাজত এটি ফাটল সৃষ্টি হয় আৰু ভ্রূণক তেতিয়া ব্লাস্টোচিষ্ট (blastocyst_ বুলি কোৱা হয়। ব্লাস্টোচিষ্টৰ ভিতৰত থকা কোষবোৰক অন্তৰস্থ কোষ ভৰ বুলি কোৱা হয় আৰু ই মূৰ, শৰীৰ আৰু বিকশিত মানবৰ বাবে অত্যাৱশকীয় অঙ্গসমুহ সৃষ্টি কৰে। |
Todas las edades en referencia a la fecundación, no al último período menstrual.
|
< Anterior | Ver fotos instantáneas | Siguiente > |