Skip Navigation

Cine

ADN


 

Compre ahoraDe La biología del desarrollo prenatal

Guión: জাইগোটৰ ৪৬ টা ক্রোমোজমে এক সম্পূর্ণ জেনেটিক চানেকিৰে সৈতে এক নতুন ব্যক্তিত্বৰ এটি অভিনব প্রথম সংস্কৰণ ৰূপে অঙ্কিতকৰে। এই মুখ্য আচনিখন ডি এন এ নামৰ কুণ্ডলী বান্ধি থকা অণুৰ মাজত থাকে। ইয়াত সম্পূর্ণ শৰীৰৰ বিকাশৰ বাবে আবশ্যক আদেশবোৰ অন্তর্ভুক্তথাকে।

ডি এন এ অণুবোৰ দেখিবলৈ এখন পাঁকখোৱা জখলাৰ দৰে যাক ডাবল হেলিক্স নামেৰে জনা যায়। জখলাৰ ধাপবোৰ গোৱানিন, চাইটোচিন এডেনিন আৰু থাইমিন নামৰ একোযোৰ যুৰীয়া অণু বা আধাৰৰ দ্বাৰা গঠিত।

গোৱানিন কেবল চাইটোচিনৰ লগতহে যোৰ খায়, আৰু এডেনিনৰ লগত থাইমিনৰ।

Todas las edades en referencia a la fecundación, no al último período menstrual.
 <  Anterior    Ver fotos instantáneas    Siguiente  > 
ADN
ADN
Hasta el sol de ida y vuelta
Hasta el sol de ida y vuelta
Fecundación 1
Fecundación 1
Fecundación 2
Fecundación 2
División celular
División celular
La mórula y el blastocisto
La mórula y el blastocisto
Previous Set Previous Picture Next Set Next Picture